New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- মঙ্গলদৈত বানপানীত পৰি মৃত্যু হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ।
- সোমবাৰৰ দিনটোত এইটো তৃতীয়টো মৃতদেহ উদ্ধাৰৰ ঘটনা।
- মৃতদেহটো এগৰাকী কণমানি শিশুৰ। বয়স তিনি বছৰ ছয় মাহ।
- SDRF,NDRF আৰু স্থানীয় ৰাইজৰ যৌথ অভিযানত মঙলদৈ মোৱামাৰিত উদ্ধাৰ কৰে কনমানি জনীৰ মৃতদেহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us