অসম কোৰোনা কোভিড ভেকচিন ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোভিড ভেকচিন ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে asomiyapratidin 08 Apr 2021 12:46 IST Follow UsNew Updateমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'লে কোভিড ভেকচিন।বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লয় কোভিড ভেকচিনৰ প্ৰথম ডোজ ।টুইটাৰ যোগে সোণোৱালে প্ৰকাশ কৰে এই কথা।ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান সোণোৱালৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক