ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ

ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • বৃহস্পতিবাৰে অসমলৈ অনা হ'ব ডব্লিউ যাদৱক।
  • পাটিয়ালা হাউছ ক'ৰ্টৰ নিৰ্দেশত অসম আৰক্ষীয়ে ল'লে জিম্মাত।
  • ছাত্রীবাৰীৰ ব্যৱসায়ী হত্যাৰ মূল অভিযুক্ত ডব্লিউ যাদৱ।
  • ছাত্ৰীবাৰীৰ ব্যৱসায়ী আদেশ যাদৱক কেইমাহমান পূৰ্বে গুলীয়াই হত্যা কৰিছিল।
  • এই ক্ষেত্ৰত মূল অভিযুক্ত ডব্লিউ যাদৱ।
  • ডব্লিউ যাদৱক ৪ দিনৰ অসম আৰক্ষীৰ জিম্মালৈ প্রেৰণ।
assam murder guwahati Assam police