চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজনৰ বিপৰীতে আহত...

দুৰ্ঘটনাত নিহত এজনৰ বিপৰীতে আহত আন এজন

author-image
Asomiya Pratidin
New Update
নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত...

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, চতিয়া : চতিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷

Advertisment
  • দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন ৷

  • নিহত লোকজন চতিয়াৰ বোকাবিলৰ চবিলাল চুব্বা বুলি জানিব পৰা গৈছে ৷

  • আনখন বাইকৰ চালকজনো আহত হৈছে দুৰ্ঘটনাটোত ৷

  • দুৰ্ঘটনা সংঘটিত হয় চতিয়াৰ ভকত গাৱঁৰ সমীপত ৷

  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Also Read: প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...

Assam police