/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/agrani-batory.jpg)
agrani khabar agrani khabar
চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী।
চতিয়াৰ ইটাখোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীটোক।
গ্ৰেপ্তাৰ হোৱা হত্যাকাৰীটোৰ নাম মুকেশ গড়।
মুকেশ গড়ে হত্যা কৰিছিল নিজৰেই সন্তানক।
নিজৰ ১০ মহীয়া পুত্ৰক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল মুকেশে।।
চতিয়া আৰক্ষীয়ে দিকৰাই চাহ বাগিচাৰ ৮ নং লাইনৰ পৰা গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us