৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • প্ৰথম পৰ্যায়ৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত চৰাইদেউ জিলাত অব্যাহত ভোটগ্ৰহণ।
  • জিলাখনৰ সোণাৰি আৰু মাহমৰাত অব্যাহত শান্তিপূৰ্ণ ভোটগ্ৰহণ।
  • ৩ বজাৰলৈকে সোণাৰি সমষ্টিত ৬৬.৫০ শতাংশ ভোটদান সম্পন্ন।
  • মাহমৰা সমষ্টিত ৬৩ শতাংশ ভোটদান সম্পন্ন।
  • ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ভোটদান অব্যাহত আছে ৷