অসম নিৰ্বাচন-২০১৯ চৰাইদেউত দুপৰীয়া ১ বজা পৰ্যন্ত ভোটগ্ৰহণৰ হাৰ… চৰাইদেউত দুপৰীয়া ১ বজা পৰ্যন্ত ভোটগ্ৰহণৰ হাৰ… asomiyapratidin 11 Apr 2019 14:24 IST Follow UsNew Updateপ্ৰথম পৰ্যায়ৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত চৰাইদেউ জিলাত অব্যাহত ভোটগ্ৰহণ।জিলাখনৰ সোণাৰি আৰু মাহমৰাত অব্যাহত শান্তিপূৰ্ণ ভোটগ্ৰহণ।১ বজালৈকে সোণাৰি সমষ্টিত ৫৪ শতাংশ ভোটদান সম্পন্ন।মাহমৰা সমষ্টিত ৫১ শতাংশ ভোটদান সম্পন্ন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক