New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- চৰাইদেউ মথুৰাপুৰত অঘটন।
- পথাৰত মাছ ধৰি থকা অৱস্থাত সংঘটিত হৈছে এই অঘটন।
- বজ্ৰ পৰি গুৰুত্বতভাৱে আহত হৈছে শিশুসহ তিনিজন লোক ৷
- আহত সকল ক্ৰমে মথুৰাপুৰ চাহ বাগিচাৰ অবিনাশ কৰ্মকাৰ(২৮) কৃষ্ণ কৰ্মকাৰ আৰু পেটুৱা তন্তবায় ৷
- আহত সকলক সংকটজনক অৱস্থাত সোণাৰি ৰজাপুখুৰী চিকিৎসালয়লৈ প্ৰেৰণ ৷
- ইতিমধ্যে চিকিৎলায়ত দুজন মৃত্যু হৈছে ৷
- মৃত্যু হোৱা দুজনৰ নাম ক্ৰমে অবিনাশ কৰ্মকাৰ আৰু কৃষ্ণ কৰ্মকাৰ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us