New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
চাপৰৰ খেৰডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা।
বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
বাইক আৰু ট্রাকৰ মাজত সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।
নিহত বাইক আৰোহীজন বৰপেটাৰ চামচুমা বড়ো।
এজন বাইক আৰোহীৰ অৱস্থা সংকটজনক।
গুৰুতৰভাৱে আহত বঙাইগাঁও বালাপাৰৰ মফিদুল ইছলাম।