বাইক আৰু ট্রাকৰ মাজত সংঘৰ্ষ, থিতাতে নিহত এজন...

চাপৰৰ খেৰডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা।
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.road accident
  • চাপৰৰ খেৰডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • বাইক আৰু ট্রাকৰ মাজত সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।

  • নিহত বাইক আৰোহীজন বৰপেটাৰ চামচুমা বড়ো।

  • এজন বাইক আৰোহীৰ অৱস্থা সংকটজনক।

  • গুৰুতৰভাৱে আহত বঙাইগাঁও বালাপাৰৰ মফিদুল ইছলাম।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in