/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
-
কামৰূপৰ চাংসাৰিত অবৈধ মাৰণাস্ত্র জব্দ।
-
কামৰূপ আৰক্ষীৰ অভিযানত জব্দ এটা পইণ্ট ৩২ পিষ্টল।
-
দেওবাৰে গোৰেশ্বৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছৰ পৰা জব্দ।
-
খুচবু নামৰ বাছখনৰ চালকৰ ছিটৰ তলৰ পৰা উদ্ধাৰ পিষ্টলটো।
-
ঘটনা সন্দৰ্ভত বাছখনৰ চালক আৰু হেণ্ডিমেনক আটক।
-
চালক প্রদীপ ৰাজবংশী, হেণ্ডিমেন ৰুবুল আলিক আটক।