মন্ত্ৰীসভা সাল সলনিৰ চিন্তা মুখ্যমন্ত্ৰীৰ, বাদ পৰিব পাৰে কোন ৩ মন্ত্ৰী ?

মন্ত্ৰীসভা সাল সলনিৰ চিন্তা মুখ্যমন্ত্ৰীৰ, বাদ পৰিব পাৰে কোন ৩ মন্ত্ৰী ?
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সাল সলনিৰ প্ৰস্তুতি

  • কটা যাব পাৰে কেইবাজনো মন্ত্ৰীৰ মন্ত্ৰীত্ব

  • মুখ্যমন্ত্ৰীৰ গুড বুকত নাম নাই যোগেন মহন, সঞ্জয় কিষান আৰু চন্দ্ৰ মোহন পাটোৱাৰী

  • কেইবাখনো নতুন মুখৰ আত্ম প্ৰকাশ ঘটিব পাৰে নতুন মন্ত্ৰীসভাত 

  • মুখ্যমন্ত্ৰীৰ নজৰত আছে কেইবা গৰাকী নতুন বিধায়ক

  • মূলত: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এই সাল সলনিৰ কথা চিন্তা কৰিছে দিছপুৰে 

  • চন্দ্ৰমোহন পাটোৱাৰীক দলৰ গুৰুত্বপূৰ্ণ দ্বায়িত্ব দিয়াৰ সম্ভাৱনা

  • ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বৰ্ষৰ কাৰ্যকালৰ বৰ্ষপূতিৰ সময়তেই এই সাল সলনিৰ সম্ভাৱনা

  • বৰ্তমান শৰ্মাৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি ১৬ গৰাকী মন্ত্ৰী

  • এতিয়াও মন্ত্ৰীসভাত খালী হৈ আছে ৩ টা পদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in