বনভোজস্থলীত অঘটন, নাৱৰ পৰা পানীত পৰি মৃত্যু যুৱকৰ

বনভোজস্থলীত অঘটন, নাৱৰ পৰা পানীত পৰি মৃত্যু যুৱকৰ
  • পানীখাইতি হাতীশিলা বনভোজস্থলীত অঘটন।

  • নাৱৰ পৰা পানীত পৰি মৃত্যু এজন যুৱকৰ।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • ব্রহ্মপুত্রত টুলুঙা নাও চলাই থাকোতে এই অঘটন।

  • পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

  • মৃত যুৱকজন কামৰূপৰ বাইহাটা চাৰিআলিৰ অবিনাশ ডেকা।

বনভোজস্থলীত অঘটন, নাৱৰ পৰা পানীত পৰি মৃত্যু যুৱকৰ
বিশিষ্ট শিক্ষাবিদ, লেখক নীলমনি মহন্ত গুৰুতৰভাৱে অসুস্থ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in