New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
পানীখাইতি হাতীশিলা বনভোজস্থলীত অঘটন।
নাৱৰ পৰা পানীত পৰি মৃত্যু এজন যুৱকৰ।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
ব্রহ্মপুত্রত টুলুঙা নাও চলাই থাকোতে এই অঘটন।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।
মৃত যুৱকজন কামৰূপৰ বাইহাটা চাৰিআলিৰ অবিনাশ ডেকা।
Also Read: বিশিষ্ট শিক্ষাবিদ, লেখক নীলমনি মহন্ত গুৰুতৰভাৱে অসুস্থ