
মহানগৰীৰ চানমাৰীত ভয়ংকৰ আগ্নিকাণ্ড।
দপদপকৈ জ্বলি উঠিল যাত্ৰীবাহী ৰেলৰ দবা।
চানমাৰী উৰণীয়া সেতুৰ ওচৰত সংঘটিত এই ঘটনা।
জুই লগা সময়ত চলন্ত অৱস্থাত আছিল ৰেলখন।
নামনিমুৱা যাত্ৰীবাহী ৰেলত সংঘটিত এই অগ্নিকাণ্ড।
কি কাৰণে এই অগ্নিকাণ্ডস সংঘটিত হয় জানিব পৰা হোৱা নাই।
এই পৰ্যন্ত অগ্নিনিৰ্বাপন কৰিবলৈ হ'বলৈ সক্ষম হোৱা নাই।
বাতৰি লিখা পৰলৈকে ক্ষয়-ক্ষতি বা আহতৰ খবৰ আহি পৰা নাই।
উক্ত দবাত যাত্ৰীৰ বয় বস্তু কঢ়িয়াই নিয়া হৈছিল।