New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f2b38b8c-a32d-453c-b7c0-4177627f4fa6/download.jpg)
chandmari drugs
চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী।
ৰাজগড়ৰ বিহুতলিৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।
ধৃত সৰবৰাহকাৰীটো গান্ধীবস্তীৰ নৱজিত পাল বুলি জানিব পৰা গৈছে।
ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ।
লগতে ড্ৰাগছ কণ্টেইনাৰ, নগদ ধন আৰু এটা মোবাইল ফোন।