New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/02/aa-Cover-e9om6omvd7u0e7d34quge466c3-20170203062123.Medi_.jpeg)
প্ৰতীকি ফটো
-
মহানগৰীৰ চানমাৰিত চিলনী চোৰৰ সন্ত্রাস।
-
চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন।
-
শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এই ঘটনা।
-
চানমাৰি উৰণ সেতুৰ তলত পুৱাই সংঘটিত এই চুৰিকাণ্ড।
-
বাইকত অহা দুই যুৱকে কাঢ়ি নিলে সোণৰ চেইন।