New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
সোমবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
কণ্টেইনাৰ বাহনে মহটিয়াই নিলে এজনক।
থিতাতে নিহত উলুবাৰীৰ মানিক ৰাজবংশী নামৰ লোকজন।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ UK 14 C 4225।
উত্তেজিত ৰাইজে বাহনখন জব্দ কৰি চমজাই দিয়ে আৰক্ষীক।