চাবুৱাত ডাম্পাৰে মহতিয়াই নিলে বাসগৃহ, চালকক ৰচীৰে বান্ধি প্ৰহাৰ...

ডিকম ,চাবুৱা - লাহোৱাল আৰক্ষী উপস্থিত আছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ।

author-image
Asomiya Pratidin
New Update
চাবুৱাত ডাম্পাৰে মহতিয়াই নিলে বাসগৃহ, চালকক ৰচীৰে বান্ধি প্ৰহাৰ...

  • ডিকম হেজেলবেঙ্ক চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি।

  • এখন ডাম্পাৰে মহতিয়াই নিলে এটা বাসগৃহ।

  • ডাম্পাৰ তলত এগৰাকী মহিলা সোমাই পৰে।

  • তাৰ পাছতেই হাতত ৰছীৰে বান্ধি চালকক প্ৰহাৰ ৰাইজৰ।

  • ডিকম ,চাবুৱা - লাহোৱাল আৰক্ষী উপস্থিত আছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ।

  • বৰ্তমান অৰ্ধসামৰিক বাহিনী, ৰহমৰীয়া আৰক্ষী, লাহোৱাল আৰু চাবুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।

  • ৩ ঘন্টাৰ পিছত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

assam accident chabua