New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/370c936e-c0df-4935-b889-13437432d5c1/download.jpg)
চাবুৱাৰ বালিজান চাইডিঙত চাঞ্চল্যকৰ ঘটনা।
হাবিবুল্লা খান নামৰ এজন লোকক আক্রমণ তিনি দুৰ্বৃত্তৰ।
দাৰে ঘপিয়াই হত্যাৰ চেষ্টা লোকজনক।
আহত হাবিবুল্লা খানক ডিব্রুগড় মেডিকেল কলেজলৈ প্রেৰণ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।