চাবুৱাত চাঞ্চল্য! দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজনক...

চাবুৱাৰ বালিজান চাইডিঙত চাঞ্চল্যকৰ ঘটনা।
চাবুৱাত চাঞ্চল্য! দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজনক...
  • চাবুৱাৰ বালিজান চাইডিঙত চাঞ্চল্যকৰ ঘটনা।

  • হাবিবুল্লা খান নামৰ এজন লোকক আক্রমণ তিনি দুৰ্বৃত্তৰ।

  • দাৰে ঘপিয়াই হত্যাৰ চেষ্টা লোকজনক।

  • আহত হাবিবুল্লা খানক ডিব্রুগড় মেডিকেল কলেজলৈ প্রেৰণ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in