New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- গুৱাহাটীত চিবিআইৰ অভিযান।
- দিল্লীৰ পৰা অহা বিশেষ অভিযানকাৰী দলৰ নেতৃত্বত দেওবাৰে নিশাৰ পৰা চলিছে অভিযান।
- জুৰোডত চলা অভিযানত এজন ব্যৱসায়ীক আটক।
- অৰুণাচলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ভুৱা বিল আদায়ৰ তথা অনিয়ম সন্দৰ্ভত চলে এই অভিযান।
- আটক কৰা ব্যৱসায়ী গৰাকীক বিশেষ আদালতত হাজিৰ কৰি পুনৰ জিম্মাত ল'ব বুলি ইতিমধ্যে প্ৰকাশ পাইছে যদিও চিবিআই অথবা ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত কোনো তথ্য প্ৰকাশ কৰা নাই।
- জানিব পৰা মতে জু ৰোডৰ উপৰিও কেইবাটাও স্থানত চলিব এই অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us