New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/agrani-batory-30.jpg)
চি বি আইৰ জালত ৰঙিয়াৰ ৰেলৱে' বিষয়া ।
উৎকোছ লৈ হাতে-লোটে ধৰা পৰিল ৰেলৱে' বিষয়া ৰবীন দাস ।
ৰঙিয়াৰ মাণ্ডলিক কাৰ্যালয়ত অভিযান চি বি আইৰ ।
মেডিকেল ৰিপোৰ্টৰ নামত দাবী কৰিছিল ধন ।
২০ হাজাৰ টকা উৎকোছ লৈ গ্ৰেপ্তাৰ বিষয়া গৰাকী ।