New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/add69a7e-c74a-4444-8dbd-5798cc97f074/download.jpg)
-
চিলাপথাৰত ৱেব পৰ্টেলৰ দুই সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
-
ঠিকাদাৰৰ পৰা ১০ হাজাৰ টকা ধন দাবীৰ অভিযোগত গোচৰ ৰুজু।
-
জোনাইৰ চিমেন চাপৰি থানাত গোচৰ ৰুজু দুই সাংবাদিকৰ বিৰুদ্ধে।
-
বৰ্তমান পলাতক দুই ৱেব পৰ্টেলৰ সাংবাদিক অমিত কুম্বাং, সূৰুয পাণ্ডে।