মহানগৰীৰ জু-ৰোডত কোৰোনা সংক্ৰমণৰ ঘটনা

মহানগৰীৰ জু-ৰোডত কোৰোনা সংক্ৰমণৰ ঘটনা

author-image
asomiyapratidin
New Update
মহানগৰীৰ জু-ৰোডত কোৰোনা সংক্ৰমণৰ ঘটনা

  • মহানগৰীত পুনৰ দ্ৰুত গতিত কোৰোনা সংক্ৰমণ।
  • মহানগৰীৰ জু-ৰোডস্থিত এক্সিচ বেংকৰ কৰ্মচাৰীৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।
  • কোৰোনা সংক্ৰমণৰ বাবে এক্সিচ বেংকৰ শাখাটো শুক্ৰবাৰ আৰু শনিবাৰে বন্ধ ৰখাৰ সিদ্ধান্ত।
  • বিগত ২৪ ঘন্টা অসমত ৫৮ জন লোকৰ দেহত কোৰোনা সংক্ৰমণৰ ঘটনা সংঘটিত হয়।
  • বিগত ২৪ ঘন্টাত অসমত কোৰোনাত আক্ৰান্ত ২ জন লোকৰ মৃত্যু ঘটে।