বিস্ময়ৰ জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই...

শনিবাৰে পুৱা মৃত্যু হয় জনপ্ৰিয় কাৰ্টুনিষ্ট গাৰকীৰ

author-image
Asomiya Pratidin
New Update
বিস্ময়ৰ জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই...

chiranjeev dutta

ডিজিটেল ডেস্ক : জনপ্রিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই। এসময়ত বিস্ময় আলোচনীযোগে জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীৰ কাৰ্টুনে ব্যাপক চৰ্চা লাভ কৰিছিল। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল দত্ত।

উল্লেখ্য যে কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ'ব। কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ।

আৰু পঢ়ক :অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, দৰ্শন কৰিব কামাখ্যা মন্দিৰ...

assam death chiranjeev dutta