New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2c4e0ff4-19fd-4704-9a67-e5b5816c45e3/ghghghg.jpg)
পুৱতি নিশা মহানগৰীৰ জিএছ ৰোডত হঠাৎ জ্বলি উঠিল বাহন।
গণেশগুৰি ফ্লাইঅ’ভাৰৰ সমীপতে জ্বলি উঠিল চাৰিচকীয়া বাহন।
সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ছুইফ্ট ডিজায়াৰ বাহনখন।
যান্ত্রিক বিজুতিৰ বাবেই বাহনখন জ্বলি উঠাৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন।
Also Read: ৰাজ্য চৰকাৰে পুনৰ ঋণ ল'ব ১০০০ কোটি টকাৰ