কাছাৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ছাত্ৰ

কাছাৰৰ লক্ষীপুৰৰ সিঙিৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা।বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
road accident
road accidentroad accident
  • কাছাৰৰ লক্ষীপুৰৰ সিঙিৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত মোহাম্মদ ফয়ছল নামৰ এজন ছাত্র থিতাতে নিহত।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন ছাত্র।

  • আহতজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।

  • বাইকেৰে গৈ থকা অৱস্থাত নিয়ন্ত্রণ হেৰুৱাই সংঘটিত এই দুৰ্ঘটনা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in