New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
কাছাৰৰ লক্ষীপুৰৰ সিঙিৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা।
বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত মোহাম্মদ ফয়ছল নামৰ এজন ছাত্র থিতাতে নিহত।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন ছাত্র।
আহতজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।
বাইকেৰে গৈ থকা অৱস্থাত নিয়ন্ত্রণ হেৰুৱাই সংঘটিত এই দুৰ্ঘটনা।