২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৰণ হোৱা কিশোৰক, গ্ৰেপ্তাৰ ২

অপহৰণকাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান।
২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৰণ হোৱা কিশোৰক, গ্ৰেপ্তাৰ ২
  • অপহৰণকাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান।

  • ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ কৰিবলৈ সক্ষম ভুক্তভোগীক।

  • লগতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দুই অপহৰণকাৰীক।

  • ধৃতদ্বয় আলতা হুছেইন, আনৰ হুছেইন গ্ৰেপ্তাৰ।

  • কাছাৰৰ বৰখলাৰ জাৰইলতলা অঞ্চলৰ অপহৰণ কৰিছিল এটি কিশোৰ।

  • অপহৰণকাৰীয়ে কিশোৰজনৰ পৰিয়ালক দাবী কৰিছিল মুক্তিপণ।

  • আৰক্ষীয়ে উদাৰবন্দ অঞ্চলৰ ঝাপিৰবন্দৰ পৰা উদ্ধাৰ কৰে কিশোৰজনক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in