/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
-
কাছাৰৰ কচুদৰমৰ ৰহমান নগৰত বিস্ফোৰণ।
-
এজোপা গছত বিস্ফোৰণ হয় এটা বোমা।
-
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
-
কোনো দুষ্কৃতিকাৰীয়ে গছত ওলোমাই থৈ গৈছিল বোমাটো।
-
বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই।
-
ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি।
-
ঘটনাস্থলীত উপস্থিত কাছাৰৰ আৰক্ষী।
-
আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কেনেদৰে বিস্ফোৰণ হ'ল বোমা