অসম মুখ্য-পৃষ্ঠা কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুৰ্ঘটনা… কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুৰ্ঘটনা… asomiyapratidin 21 Aug 2022 10:41 IST Follow UsNew Updateডিজিটেল জেস্ক : কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুৰ্ঘটনা। ডাম্পাৰ আৰু টেম্প'ৰ মুখামুখি সংঘৰ্ষ।ঘটনাস্থলীত নিহত ৪জন লোক।গুৰুতৰভাৱে আহত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি।৬ লং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটি হৈছে এই দুৰ্ঘটনা। assam Assam police road accident cacharআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক