চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
অসম মুখ্য-পৃষ্ঠা

কেবিনেটৰ সিদ্ধান্ত : অনাগত বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্রতিবেদন

উচ্চতৰ মাধ্যমিকৰ ৪০,৭৩৫ গৰাকী ছাত্রী আৰু ৭,৯৩৮জন ছাত্রক প্রদান কৰা হ’ব স্কুটী

author-image
Asomiya Pratidin
01 Oct 2024 23:36 IST

Follow Us

New Update
কেবিনেটৰ সিদ্ধান্ত : অনাগত বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্রতিবেদন

ডিজিটেল ডেস্ক : মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়। এই কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পাছতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেল সম্বোধন কৰি আজিৰ কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।

Advertisment

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এ পি এছ চিৰ ন্যায়িক আয়োগক লৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে। এই অনুসৰি শীঘ্রে ৰাজহুৱা কৰা হ’ব বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্রতিবেদন। অহা বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব এই প্রতিবেদন।

ইয়াৰ উপৰি ৪ আৰু ৫ অক্টোবৰৰ পৰা সম-জিলাৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে। এই সম-জিলাত থাকিব একোজন অতিৰিক্ত জিলা আয়ুক্ত পৰ্যায়ৰ বিষয়া। এ ডি চি পৰ্যায়ৰ বিষয়াজনেই হ’ব সম-জিলাৰ আয়ুক্ত। সম-জিলাত প্রশাসনিক ক্ষমতা মহকুমাতকৈ অধিক থাকিব বুকেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিয়ে।

আনহাতে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীক বাণীকান্ত কাকতি বঁটা প্রদান কৰা হ’ব। ৪০,৭৩৫ গৰাকী ছাত্রী আৰু ৭,৯৩৮জন ছাত্রক প্রদান কৰা হ’ব স্কুটী।

ইফালে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্রকল্পৰ বাবে ১২১.৩৬ কোটি টকাৰ অনুমোদন জনোৱাৰ কথাও জানিবলৈ দিয়ে। এই প্ৰকল্পৰ পানী যোগানৰ বাবে উক্ত ধন ব্যয় কৰা হ’ব। কালাই প্রকল্পৰ পৰা ২০০ মেগাৱাট বিদ্যুৎ ক্রয় কৰাৰ সিদ্ধান্ত লোৱা হয় আজিৰ কেবিনেট বৈঠকত।

সংবাদমেলৰ অন্তত এ পি ডি চি এলে ২০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ কথা অৱগত কৰে। ইয়াৰ বাবে প্রতি ইউনিটত ৫.৪ টকাকৈ ব্যয় হ’ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিয়ে।

Also Read: কংগ্ৰেছ নেতাৰ অসমবিৰোধী স্থিতিৰ বিৰুদ্ধে জাগীৰোডত ৰাইজৰ প্ৰতিবাদী সমদল

Cabinet's decision Jayanta Mallabaruah
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!