/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4d73d48a-4481-4853-893e-59e250a8e4a2/pic_eimuhurtor_khobor_copy.jpg)
-
আজি গধূলি ৬ বজাত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক ।
-
এই বৈঠকত লোৱা হ'ব বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
-
তাৰ পাছতেই সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহৰ সন্দৰ্ভত অনুষ্ঠিত হ'ব আন এক আলোচনা ।
-
এই আলোচনা হ'ব জনতা ভৱনৰ মুখ্য মন্ত্ৰী ব্লকত ।