New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-1.jpg)
মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়-
- গো -দান আৰু ভূ-দান আইন বাতিল'
- ক্ষতিগ্রস্ত লোকক চৰকাৰীভাৱে সাহায্য প্রদান কৰা হ'ব।
- পলিটেকনিকৰ বাবে ৩০৭ কোটি ৪২ লাখ টকা মঞ্জুৰ।
- কমনৱেলথত স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ বিশেষ পদ।
- নয়নমণিলৈ DSP অথবা বন বিভাগৰ ডেপুটি কামাণ্ডেণ্ট পদ।
- দুয়োটাৰ ভিতৰত যিকোনো এটা বাছনি কৰিব পাৰিব নয়নমণিয়ে।
- লগতে নয়নমণি শইকীয়াই পাব ৫০ লাখ টকাৰ অনুদান।
- ৩ ছেপ্টেম্বৰত জনোৱা হ'ব বিশেষ সম্বৰ্ধনা, পাব নিযুক্তি পত্রও।
- পুৰণি ৩২৯খন আইন অহা বিধানসভাত বাতিলৰ সিদ্ধান্ত।
- পিতৃ-মাতৃৰ বন্দনাৰ বাবে চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটী'।
- ছেপ্টেম্বৰৰ শনিবাৰৰ পৰা পাব চাৰিদিনৰ বাবে বিশেষ ছুটী।
- ২৪,২৫,২৬ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ সিদ্ধান্ত।
- ১০৭৫৮ বিঘা মাটি চৰকাৰী হিচাপে পাব ভূমিহীন লোকে।
- ২৩ আৰু ২৪ নৱেম্বৰত দিল্লীত লাচিত দিৱস উদযাপন কৰা হ'ব।
- দিল্লীৰ বিজ্ঞান ভৱনত হ'ব লাচিত দিৱসৰ ৪০০বছৰীয়া জন্মজয়ন্তী।
- উদ্বোধনী অনুষ্ঠানত থাকিব প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহমন্ত্রী।
- সকলো মন্ত্রী, বিধায়ক, বিষয়া-কৰ্মচাৰী থাকিব এই বৈঠকত।
- বাজেট প্রস্তুত কৰাৰ আগতেই অনুষ্ঠিত হ'ব এই চিন্তন শিবিৰ।