লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

বুধবাৰে লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও ঘোষণা কৰে

author-image
Asomiya Pratidin
New Update
লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

jayanta malla pressmeet

ডিজিটেল ডেস্কঃ বুধবাৰে লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও ঘোষণা কৰে। তলত ঘোষণা সমূহৰ সৱিশেষ উল্লেখ কৰা হ'ল-

Advertisment
  • শিক্ষা বিভাগৰ দুটাকৈ বঁটাৰ দিন ঘোষণা

  • ২৯ নৱেম্বৰত প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা

  • ২৭,১৮৩গৰাকীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা

  • DBT প্রক্রিয়াৰে প্রদান কৰা হ’ব ১৫ হাজাৰ টকাকৈ

  • ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্রদান কৰা হ’ব বাণীকান্ত কাকতি বঁটা

  • ছাত্রকো প্রদান কৰা হ’ব বাণীকান্ত কাকতি (স্কুটী) বঁটা

  • ৩৫,৭৭৬ গৰাকী ছাত্র-ছাত্রীক দিয়া হ’ব স্কুটী

  • ৩-৪ নৱেম্বৰত অসমলৈ আহিব ভূটানৰ ৰজা

  • ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ’ব ৫খন মেডিকেল আসন

Also Read: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত ধেমাজিত প্ৰতিবাদ