এতিয়াৰ পৰা APSC য়ে অনুষ্ঠিত কৰিব গ্ৰেড-এ আৰু গ্ৰেড-বিৰ পৰীক্ষা, জনালে মুখ্যমন্ত্ৰী শৰ্মাই…

এতিয়াৰ পৰা APSC য়ে অনুষ্ঠিত কৰিব গ্ৰেড-এ আৰু গ্ৰেড-বিৰ পৰীক্ষা, জনালে মুখ্যমন্ত্ৰী শৰ্মাই…

author-image
asomiyapratidin
New Update
বিজেপিক ভোট দিবলৈ কংগ্ৰেছ বিধায়কক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ…

ডিজিটেল ডেস্ক: এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ গ্ৰেড-এ আৰু গ্ৰেড-বিৰ সকলোবোৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰিব এপিএছচিয়ে- ৰবিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিত কেবিনেটৰ অন্তত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

শৰ্মাই কয় যে এতিয়াৰে পৰা ল'ৰা-ছোৱালী বোৰে এবাৰ পঢ়িলেই হ'ল। এবাৰতেই হ'ব সকলো পৰীক্ষা।ৰাজ্য চৰকাৰৰ ৪৮ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব এতিয়া এপিএছচিৰ হাতত।

assam himanta biswa sarma apsc