উচ্চতম ন্যায়ালয়ত 'কা'ৰ শুনানি সম্পন্ন, পৰৱৰ্তী শুনানিৰ দিন ৬ ডিচেম্বৰত...

সোমবাৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি সম্পন্ন হয়

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ত 'কা'ৰ শুনানি সম্পন্ন, পৰৱৰ্তী শুনানিৰ দিন ৬ ডিচেম্বৰত...

sc caa

ডিজিটেল ডেস্ক : সোমবাৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি সম্পন্ন হয়। মুখ্য ন্যায়ালয়ত উদয় উমেশ ললিতৰে গঠিত ৩ জনীয়া বিচাৰপীঠে গ্রহণ কৰে 'কা'ৰ শুনানি।

Advertisment

উল্লেখ্য যে ৪ সপ্তাহৰ ভিতৰত অসম, ত্রিপুৰা চৰকাৰে দাখিল কৰিব নোৱাৰিলে শপতনামা। ইতিমধ্যে কেন্দ্রীয় চৰকাৰে শপতনামা দাখিল কৰিছে সৰ্বোচ্চ ন্যালায়ত। আনহাতে, পৰৱৰ্তী শুনানিৰ দিন ৬ ডিচেম্বৰত ধাৰ্য কৰা হৈছে।

assam sc CAB caa