Advertisment

উপ নিৰ্বাচনঃ চামগুৰিত কংগ্ৰেছৰ, ধলাইত বিজেপিৰ হ'ব নেকি পতন?

ধলাইত কংগ্ৰেছ বিজেপিৰ তীব্ৰ যুঁজ অন্ত পৰিছে নৱম পৰ্যায়ৰ ভোটগণনা মাত্ৰ ৪৯৮টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে লাভ কৰিছে ৪০৬৫১টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই লাভ কৰিছে ৪০,১৫৩টা ভোট।

author-image
Asomiya Pratidin
New Update
samoguri
  • ধলাইত কংগ্ৰেছ বিজেপিৰ তীব্ৰ যুঁজ
  • অন্ত পৰিছে নৱম পৰ্যায়ৰ ভোটগণনা
  • মাত্ৰ ৪৯৮টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী।
  • বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে লাভ কৰিছে ৪০৬৫১টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই লাভ কৰিছে ৪০,১৫৩টা ভোট।
  • বঙাইগাঁৱত অগপ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীৰ জয় নিশ্চিত।
  • ২৫,৪৬১টা ভোটত আগবাঢ়ি আছে অগপৰ প্ৰাৰ্থীগৰাকী।
  • চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকী নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয় সুনিশ্চিত হৈছে।
  • তেওঁ আগবাঢ়ি আছে ৩২৯৭৯ টা ভোটৰ ব্যৱধানত
  • চামগুৰিত আকৰ্ষণীয় হৈ পৰিছে কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী যুঁজ
  • ২২০০ভোটৰ ব্যৱধানত পিছ পৰি আছে কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল।
  • বিহালীত ইতিমধ্যে ৯,০৫৬টা ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল। 
Advertisment

 

চামগুৰি