বৰমাত দুৰ্বৃত্তৰ আক্ৰমণ ব্যৱসায়ীক

দুৰ্বৃত্তৰ আক্রমণত আহত ব্যৱসায়ী গোপাল পণ্ডিত।
বৰমাত দুৰ্বৃত্তৰ আক্ৰমণ ব্যৱসায়ীক
  • বাক্সাৰ বৰমাত ব্যৱসায়ীক আক্রমণ।

  • দুৰ্বৃত্তৰ আক্রমণত আহত ব্যৱসায়ী গোপাল পণ্ডিত।

  • ব্যৱসায় সামৰি ঘৰলৈ গৈ থকা অৱস্থাত আক্রমণ।

  • দুৰ্বৃত্তৰ চোকা অস্ত্রৰ আক্রমণত গুৰুতৰভাৱে আহত ব্যৱসায়ীজন।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in