/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/11c60286-ee3a-4596-85c9-a7debdb0b87e/cd.jpg)
-
ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা।
-
বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ লামডিঙ আৰ পি এফৰ
-
CIB দল আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত চুপাৰিখিনি জব্দ কৰে।
-
লামডিঙ আৰ পি এফৰ C I B বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান।
-
লামডিঙ ৰেল আৰক্ষীয়ে আগৰতলা শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ লিজত থকা নং CR / 031850 পাৰ্চেল ভেন ডবাৰ পৰা প্ৰায় ১৮০ বস্তা চুপাৰি জব্দ কৰে।
-
জব্দ কৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য আনুমানিক ৫০ লাখ টকা হ'ব বুলি জানিব দিয়ে