New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d4dd3e3c-5cba-46f8-b97e-30692602021f/download.jpg)
গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ।
দুটাকৈ ডবাত কঢ়িয়াই অনা হৈছিল বাৰ্মিজ চুপাৰি ।
কেৱল এটা ডবাতেই জব্দ ৪৫ বস্তা চুপাৰি ।
ৰেল আৰক্ষীয়ে জব্দ কৰে চুপাৰি খিনি ।
আৰক্ষীৰ সঘন অভিযানৰ পাছতো অব্যাহত আছে চুপাৰি মাফিয়াৰ দুষ্কাৰ্য ।
পূৰ্বেতে মিজোৰামৰ পৰা অহা চুপাৰি এতিয়া আহে ত্ৰিপুৰাৰ আৰু নাগপুৰৰ পৰা ।