কুৰুৱাবাহীত উদীয়মান কাৰু শিল্পীৰ সলিল সমাধি

কুৰুৱাবাহীত উদীয়মান কাৰু শিল্পীৰ সলিল সমাধি
  • বোকাখাতৰ কুৰুৱাবাহী আদৰ্শ গাঁৱত শোকাবহ ঘটনা।

  • ধনশিৰি নদীত সলিল সমাধি এজন যুৱকৰ।

  • যুৱকজনৰ নাম ৰাজেন (ভীম) চত্ৰী।

  • এগৰাকী প্ৰতিভাৱান কাৰু শিল্পী হিচাপে পৰিচিত আছিল যুৱকজন।

  • চলিত বৰ্ষৰ ৯ মাৰ্চত ৰাজেন (ভীম) চত্ৰীৰ কাৰু শিল্প সমন্ধে এটি প্ৰতিবেদন প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিন (ডিজিটেলত) ।

কুৰুৱাবাহীত উদীয়মান কাৰু শিল্পীৰ সলিল সমাধি
কুৰুৱাবাহীৰ গ্ৰামাঞ্চলত নিৰৱে শিল্পকৰ্মত ব্যস্ত তিনিগৰাকী কাৰুশিল্পী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in