/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/44241ae8-5bc6-47b8-b83d-05223e2d5f7c/budget_1.jpg)
অজন্তা নেওগে দাখিল কৰিলে বাজেটঃ পলকতে চাওঁক ৫ টা মূল বিষয়...
বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত উত্থাপন কৰিলে তেওঁৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট।
উজ্জীৱিত অসমৰ ভেটি নিৰ্মাণৰ লক্ষ্য বাজেটত।
দৰিদ্ৰতা, নিবনুৱা সমস্যা দূৰ কৰাৰ লক্ষ্য বাজেটত।
মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৫ লাখ কোটিৰ সীমা অতিক্ৰমৰ লক্ষ্য।
চলিত বৰ্ষত ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য।
নিষ্পত্তি নোহোৱা গোচৰৰ বাবে সদ্ভাৱনা অভিযান আৰম্ভ।
Also Read: জিণ্টিমণিলৈ নীতা আম্বানিৰ বিশেষতকৈ বিশেষ সন্মান: চাওঁক ভিডিঅ'...