জম্মুত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলীবিদ্ধ ওদালগুৰিৰ ধ্ৰুৱজ্যোতি

জম্মুত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলীবিদ্ধ ওদালগুৰিৰ ধ্ৰুৱজ্যোতি

author-image
Asomiya Pratidin
New Update
জম্মুত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলীবিদ্ধ ওদালগুৰিৰ ধ্ৰুৱজ্যোতি

ডিজিটেল সংবাদ,ওদালগুৰিঃ বুধবাৰে পুৱতি নিশা প্ৰায় ২.৩৫ বজাত জম্মুৰ আখনূৰ ছেক্টৰত পাক সন্ত্ৰাসবাদীয়ে যুদ্ধ বিৰতি উলংঘা কৰে। অঞ্চলটোত পাক সন্ত্ৰাসবাদীয়ে অতৰ্কিতে চলোৱা আক্ৰমণত গুলীবিদ্ধ হয় বি‌এছ‌এফত কৰ্মৰত ওদালগুৰিৰ শংকৰ নগৰৰ বাসিন্দা ধ্ৰুৱজ্যোতি দাস।

Advertisment

বিএছ‌এফৰ তৰফৰ পৰা দাবী কৰা অনুসৰি ঘটনাত পাক সন্ত্ৰাসবাদীও হতাহত হৈছে। বৰ্তমান ধ্ৰুৱজ্যোতিৰ অৱস্থা সংকটমুক্ত যদিও হাস্পতালত চিকিৎসাধীন হৈ আছে বিএছ‌এফ জোৱানজন।

Also Read: গড়গাঁও মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ গ্ৰন্থসম্ভাৰ দান

jammu BSF Dhruvjyoti