মৰিয়নিত ভাতৃৰ দাৰ ঘাপত নিহত ভাতৃ

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ডিজিটেল সংবাদ, মৰিয়নি : মৰিয়নীৰ খেৰমিয়া চাহ বাগিচাত  সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড শুকুৰবাৰে নিশা সংঘটিত হয় হত্যাকাণ্ডটো। এক সামান্য কথাত বাক বিতণ্ডা লগাৰ পৰিণতিত কনিষ্ঠ ভাতৃ কাৰ্তিক কৰ্মকাৰৰ দাৰ ঘাপত মৃত্যু হয় জ্যেষ্ঠ ভাতৃ বোৱাই কৰ্মকাৰ।

Advertisment

শনিবাৰে পুৱা ঘটনাস্থলীত মৰিয়নী আৰক্ষী ৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ লগতে হত্যাকাৰী কাৰ্তিক কৰ্মকাৰক কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছে।

Assam police