New Update
/asomiyapratidin/media/media_files/2025/06/12/OwJF4bYdjy1PEpmsdt5f.jpg)
- বিশ্বনাথৰ প্ৰতাপগড় চাহবাগিছাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
- পুৱা ৪ বজাত দুখন বাছৰ সংঘৰ্ষ।
- এ এছ১৫ চি৭১৩১ নম্বৰৰ এখন ভৌমিক নামৰ নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এ এছ ০১ এইচ চি ৭৭৭৭ নম্বৰৰ এখন প্ৰাণজিত বাছে।
- দুৰ্ঘটনাত আহত ৩৫ জনকৈ লোক।
- ইয়াৰে ধীৰেণ বিশ্বাস আৰু প্ৰাঞ্জিতৰ হেণ্ডিমেন হৰি হাজৰিকাক সংকটজনক অৱস্হাত তেজপুৰলৈ প্ৰেৰণ।
- বাকী আহত সকল বিশ্বনাথ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত আছে।