BREAKING: কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানক প্ৰৱঞ্চনাৰে বিশাল সম্পত্তি গঢ়া মৰিগাঁৱৰ মূজ্জামিলক গ্ৰেপ্তাৰ...

মৰিগাঁও আৰক্ষীয়ে বোৱালগুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও জিলাৰ ২৭৯ নম্বৰ চাইবাৰ অপৰাধীটো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধিটোৰ নাম মূজ্জামিল হক।

author-image
Asomiya Pratidin
New Update
cdddd
  • মৰিগাঁও আৰক্ষীয়ে বোৱালগুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও জিলাৰ ২৭৯ নম্বৰ চাইবাৰ অপৰাধীটো।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধিটোৰ নাম মূজ্জামিল হক।
  • পেচাত ৰাজমিষ্ট্ৰি মুজ্জামিলে আদিত্য বিৰলা, এক্সিছ বেংক আদি কৰি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানক প্ৰবঞ্চনা কৰি গঢ়ি তুলিছিল বিশাল সম্পত্তিৰ পাহাৰ।
  • বিগত এটা বছৰ ধৰি পলায়ন কৰি থকা চাইবাৰ অপৰাধী মুজ্জামিলক আৰক্ষীয়ে লাহৰীঘাট থানাত ৰুজু হোৱা ২৬/২৪ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।
  • বৰ্তমানলৈ মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী সংখ্যা হৈছে ২৭৯ জন।
সহযোগীক গ্ৰেপ্তাৰ