বিটিআৰ চৰকাৰ বিৰুদ্ধে সৰৱ বি পি এফ নেতৃত্ব

বাক্সা জিলাৰ শালবাৰীৰ আয়োজিত সংবাদমেলত বিটিআৰ চৰকাৰ তথা ইউ পি পি এল দলৰ বিৰুদ্ধে সৰৱ বিপিএফ নেতৃত্ব ।

author-image
Asomiya Pratidin
New Update
বিটিআৰ চৰকাৰ বিৰুদ্ধে সৰৱ বি পি এফ নেতৃত্ব

ডিজিটেল সংবাদ, শালবাৰী: বাক্সা জিলাৰ শালবাৰীৰ আয়োজিত সংবাদমেলত বিটিআৰ চৰকাৰ তথা ইউ পি পি এল দলৰ বিৰুদ্ধে সৰৱ বিপিএফ নেতৃত্ব ।

Advertisment

বিটিআৰ চৰকাৰে চৰকাৰী ধন খৰছ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আখ্যা দি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ শালবাৰী সমষ্টি এমচিএলএ জয় মুছাহাৰীৰ ।

শেহতীয়াকৈ ইউপিপিএল দলৰ যোগদান সভাত দুই হাজাৰৰো অধিক বিপিএফৰ সদস্যই ইউ পি পি এল দলত যোগদান কৰা বুলি প্ৰচাৰ চলোৱা কাৰ্যক গৰিহনা বিপিএফ দলৰ ।

বিপিএফ দলৰ এজনো কৰ্মী ইউ পি এলত যোগদান কৰা নাই বুলি দাবী বিপিএফ নেতৃত্বৰ ।

শূণ্য উন্নয়নেৰে চৰকাৰ চলোৱা ইউ পি পি এলক প্ৰত্যাহ্বান এমচিএল জয় মুছাহাৰীৰ ।

ইউ পি পি এলৰ যোগদান সভাত বিটিআৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মুছলমানসকলে দুশ-পাছশ টকাৰ বাবে দল সলনি কৰা বুলি উল্লেখ কৰি ভেকুলীৰ লগত তুলনা কৰাক লৈ ক্ষোভ বিপিএফ নেতা প্ৰবীন বড়োৰ ।

assam bpf btr