/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dangor-khobr-24.jpg)
চিৰাঙৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত এংকৰবাৰীত বৃহস্পতিবাৰে নিশা বজ্ৰপাত হৈ যুৱকৰ মৃত্যু।
নিহত যুৱক জনক বিজয় মাদুৱা (২০) ওৰফে পেটলা বুলি চিনাক্ত কৰা হৈছে ।
বৃহস্পতিবাৰে নিশাৰ ভাগত ঘৰত শুই থকা অৱস্থাতে বজ্ৰপাত হৈ যুৱকজনৰ মৃত্যু ঘটে ।
শুকুৰবাৰে পুৱা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us