উদ্ধাৰ হ'ল ৰঙিয়াত নিৰুদ্দেশ হৈ থকা কিশোৰ...

উদ্ধাৰ হ'ল ৰঙিয়াত নিৰুদ্দেশ হৈ থকা কিশোৰ...

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

dangor khabar

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত বৃহস্পতিবাৰে নিৰুদ্দেশ হৈ থকা কিশোৰ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা কিশোৰটি আছিফ কুমাৰক বুলি জানিব পৰা যায় । উল্লেখ্য যে ৰঙিয়াৰ ষ্টেচন ৰোডৰ পৰা দাঁতিত বহি থকা অৱস্থাত কিশোৰটি উদ্ধাৰ হয় ।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ২৮ মে’ৰ পৰা সন্ধানহীন হৈ থকা কিশোৰটোক দুজন অচিনাক্ত ব্যক্তিয়ে বহিঃৰাজ্যলৈ সৰবৰাহৰ কৰিবলৈ অভিসন্ধি চলিছিল বুলি সন্দেহ প্ৰকাশ কৰে। যদিও সৌভাগ্যক্ৰমে গোটেই ঘটনাটো এগৰাকী ট্ৰাক চালকে কিশোৰজনক প্ৰত্যক্ষ কৰিছিল আৰু তেনেতে পৰিয়ালক খবৰ দিয়াত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।‌

Also Read: সোনাৰি চাপৰিত দেৱলীনাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধঃ অজস্ৰজনে জনালে শ্ৰদ্ধাঞ্জলী

rangiya