New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mmmm.jpg)
- গুৱাহাটীৰ পাণ্ডুত অঘটন।
- মোবাইলত ভিডিঅ' বনাবলৈ গৈ ব্রহ্মপুত্রত পৰিল এজন যুৱক।
- বৰ্তমানো সন্ধান নাই যুৱকজনৰ।
- সোমবাৰে সংঘটিত হয় এই ঘটনা।
- সন্ধানহীন যুৱকজন মালিগাঁও বৰীপাৰাৰ বিশাল ঘোষ।
- ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী।
- সন্ধানহীন যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত SDRFৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us