New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
গৌৰীপুৰত শোকাৱহ ঘটনা।
পানীত পৰি নিৰুদ্দেশ ২২ বছৰীয়া এজন যুৱক।
দেওবাৰে সংঘটিত হয় এই ঘটনা।
বন্ধুৰ সৈতে গা ধুবলৈ গৈ নিৰুদ্দেশ হয় যুৱকজন।
সন্ধানহীন যুৱকজনৰ নাম অমিত সূত্রধৰ।
ঘটনাস্থলীত উপস্থিত প্রশাসন আৰু SDRF বাহিনী।
এতিয়ালৈকে সম্ভেদ পোৱা নাই যুৱকজনৰ।