New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6aab8e0f-f888-4ae6-bd3e-c9dff12f30bb/te.jpg)
তেজপুৰৰ নপাম কোৰোকাণিত অঘটন।
জীয়াভৰলী নদীত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি।
দেওবাৰে সংঘটিত হয় এই ঘটনা।
৫ জন বন্ধুৰ সৈতে জীয়াভৰলীত গা ধুবলৈ আহিছিল চাইফুল ইছলাম।
মৃত চাইফুলৰ ঘৰ শ’লমৰাৰ পুনিয়নী গাঁৱত।
SDRF বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ মৃতদেহটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us